Analyse @TanujKrSonowal's tweets
@TanujKrSonowal
| 47 followers
যেতিয়াই মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমত পদাৰ্পণ কৰিছে, সেই প্ৰতিটো মুহূৰ্ত অসমৰ উন্নয়নৰ নৱজাগৰণৰ একো একোটা ঐতিহাসিক ক্ষণ হিচাপে পৰিগণিত হৈছে। আজিও তেখেতৰ আগমনে অসমৰ জনগণৰ সবলীকৰণ দিশত পুনৰ এক যুগান্তকাৰী মুহূৰ্তৰ সূচনা কৰিব।
#AssamWithPMModi https://t.co/Lxla5rUCIH
#AssamWithPMModi https://t.co/Lxla5rUCIH