Analyse @kashyap_netra's tweets
@kashyap_netra
| 322 followers
মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অসম তথা উত্তৰ-পূবত বিগত ৬ টা বৰ্ষত অব্যাহত আছে উন্নয়নৰ অবিৰত যাত্ৰা। এই উন্নয়নৰ যাত্ৰাক এক নতুন মাত্ৰা প্ৰদান কৰা বাবে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অসমবাসীৰ হৈ অশেষ ধন্যবাদ। #AssamWithPMModi https://t.co/fWsBQeMdmR