Analyse @JPNadda's tweets
@JPNadda
| 3,628,675 followers
শাওনত সিঁচা সোণগুটি পথাৰলৈ লৈ অনাৰ আনন্দত অসমত পালন কৰা অসমৰ জাতীয় উৎসৱ বিহুৰ অন্যতম মাঘ বিহু অথবা ভোগালী বিহুৰ পবিত্ৰক্ষণত অসমৰ ভাই-ভনীসকলক শুভেচ্ছা জনালোঁ।
প্ৰকৃতিৰ সৈতে জড়িত এই উৎসৱে সকলোৰে জীৱনলৈ সুখ-সমৃদ্ধি কঢ়িয়াই আনক।
প্ৰকৃতিৰ সৈতে জড়িত এই উৎসৱে সকলোৰে জীৱনলৈ সুখ-সমৃদ্ধি কঢ়িয়াই আনক।